মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীক সাক্ষাৎ এন. বিৰেণ সিঙৰ৷ বৃহৎ বিজয়ৰ বাবে এন. বিৰেণ সিঙ অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মণিপুৰত দ্বিতীয়াবাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাটো খাতাং হৈছে সিঙে৷ এন বীৰেন সিঙে দ্বিতীয় কাৰ্যকাল লাভ কৰিব বুলি দাবী এটা সূত্ৰৰ৷ গোৱা আৰু মণিপুৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী- প্ৰমোদ সাৱন্ত আৰু এন বীৰেন সিঙে দ্বিতীয় কাৰ্যকাল লাভ কৰিব৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত নেতৃত্বৰে বিষয়টো আলোচনা কৰিবলৈ বৈঠকৰ পিছত প্ৰমোদ সাৱন্ত গোৱাৰ মুখ্যমন্ত্ৰী আছিল আৰু এন বীৰেন সিঙে মণিপুৰৰ মুৰব্বী হোৱাটো খাতাং হৈছে৷