March 29, 2023, 4:51 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

NEET-JEE পৰীক্ষা, কংগ্ৰেছৰ #SpeakUpForStudentSafety অভিযান, ছাত্ৰক হেঁচা দিয়াৰ অভিযোগ ৰাহুল গান্ধীৰ

Reporter Name
  • Update Time : Friday, August 28, 2020
  • 107 Time View

ডিজিটেল ডেস্কঃ NEET-JEE প্ৰবেশিকা পৰীক্ষা অনুষ্ঠিত কৰিব খোজা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে একাংশ লোক সৰৱ হৈ পৰিছে৷ সমগ্ৰ দেশত NEET-JEE প্ৰবেশিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়ত বিতৰ্ক আৰম্ভ হোৱাৰ লগতে শাসক-বিৰোধীয়ে মন্তব্য প্ৰকাশ কৰি আহিছে৷ এইবাৰ মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে৷ ক’ৰোনা কালত ছাত্ৰৰ সুৰক্ষাৰ কথা চিন্তা নকৰি পৰীক্ষা অনুষ্ঠিত কৰিব খোজাত কংগ্ৰেছে ছাত্ৰৰ হিতৰ বাবে স্পীক আপ ফৰ ষ্টুডেণ্ট হেছটেগৰ প্ৰচলন কৰি ছাত্ৰৰ সপক্ষে থিয় দিছে৷

ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি ছাত্ৰৰ হিতৰ কথা উল্লেখ কৰি চৰকাৰক আক্ৰমণ কৰে৷ ছাত্ৰক সম্বোধন কৰি কয় যে এওলোক কালিৰ ভৱিষ্যত৷ তেওঁলোকে স্পষ্টকৈ দেখা পাইছে যে কেন্দ্ৰীয় চৰকাৰক সম্পূৰ্ণ ৰূপে অক্ষম৷ তেন্তে চৰকাৰে আপোনালোকৰ ওপৰত হেঁচা দিছে কিয়? ভিডিঅ’ত ৰাহুল গান্ধীয়ে কয় যে ভাতৃ-ভগ্নীসকল নমস্কাৰ৷ আপোনালোক এই দেশৰ ভৱিষ্যত৷ আপোনালোক ছাত্ৰ হয় আৰু এই দেশক নতুন শিখৰলৈ লৈ যাব৷ সকলোৱে বুজি পাইছে ৩-৪ মাহৰ পৰা কি হয় আছে৷ কোভিডক কেনেদৰে নিয়ন্ত্ৰণ কৰা হৈছে৷ কোভিড বিনাশৰ কাৰণ হৈ পৰিছে৷ আৰ্থিক পৰিবেশত ইয়াৰ প্ৰভাৱ পৰিছে৷ দেশে এই দুখ সহিব লগীয়া হৈছে৷ মই এটা কথা বুজি পোৱা নাই যে ইয়াৰ বাবে আপোনালোকক জগৰীয়া কিয় কৰা হৈছে আৰু এই দুখ আপোনালোক কিয় দিয়া হৈছে৷ মই বুজি পোৱা নাই যে আপোনালোকে এনে কি ভুল কৰিলে৷ মই স্পষ্ট যে চৰকাৰ অক্ষম৷ চৰকাৰে আপোনালোকক হেঁচা কিয় দিব লাগে বুলি কৈ NEET-JEE প্ৰবেশিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপক্ষে থিয় দিয়ে ৰাহুল গান্ধীয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে