March 29, 2023, 4:18 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কোৱাৰাণ্টাইন হোৱা লোকৰ পৰা পলাই ফুৰিছে একাংশ লোক, আনহাতে এগৰাকী মহিলাই যোগান ধৰিছে খাদ্য

Reporter Name
  • Update Time : Saturday, June 27, 2020
  • 219 Time View

নাজিৰাঃ ৰাজ্যত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে একাংশ লোকে চৰকাৰে বান্ধি দিয়া নিয়ম উলংঘা কৰি ঘূৰি-ফুৰা দেখা যায়। নিজক আৰু সমাজক ৰক্ষা কৰাৰ স্বাৰ্থত মানসিকতা সলনি কৰিবলৈ যেন প্ৰস্তুত নহয় একাংশ লোক। তাৰ মাজতে বহিঃৰাজ্যৰ পৰা আহি অসমৰ কোৱাৰাণ্টাইন চেণ্টাৰসমূহত কোৱাৰাণ্টাইন হৈ থকা লোকসকলকো বহুতেই অন্য দৃষ্টিৰে চাই তেওঁলোকক শত্ৰু জ্ঞান কৰে।

বিশেষকৈ ভাইৰাছৰ পৰা সজাগ-সচেতন হোৱাৰ পৰিবৰ্তে কোৱাৰাণ্টাইন হৈ থকা লোকসকল শত্ৰু জ্ঞান কৰে। এনে মনোভাৱৰ সলনি কৰিবলৈ একাংশ লোক জাগ্ৰত হৈছে। নাজিৰা সমষ্টিৰ বৰবৰুৱা পঞ্চায়তৰ সভানেত্ৰী আইনু বৰগোহাঁয়ে কোৱাৰাণ্টাইন হৈ থকা লোকসকল পদক্ষেপ গ্ৰহণ কৰিছে।

নিজ পঞ্চায়তত কোৱাৰাণ্টাইন চেণ্টাৰসমূহত কোৱাৰাণ্টান হৈ থকা বহু লোকক নিজ খৰছত খাদ্যৰ যোগান ধৰিছে আইনু বৰগোহাঁয়ে। সভানেত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰাৰ উপৰিও এনেধৰণৰ বহু কৰ্ম তেওঁ অঞ্চলটোৰ কাৰণে কৰি আহিছে। কোৱাৰেণ্টাইন হৈ থকা লোকসকলে কয় যে একাংশ লোক আমাৰ পৰা পলাই ফুৰিছে আৰু সেই সময়ত এগৰাকী পঞ্চায়ত সভানেত্ৰীয়ে আমাক খাদ্যৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে