March 28, 2023, 1:01 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ গোশবুঘ পাট্টানত পঞ্চায়ত সভাপতিক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

Reporter Name
  • Update Time : Friday, April 15, 2022
  • 47 Time View

জম্মু-কাশ্মীৰত পুনৰ আন এগৰাকী সাধাৰণ লোকক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে৷ জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ গোশবুঘ পাট্টানত এজন চৰপঞ্চক গুলীয়াই হত্যা কৰে সন্ত্ৰসবাদীয়ে৷ মঞ্জুৰ আহমেদ বাংৰুক সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত হৈছিল। ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ এই ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই ঘটনাক উপ-ৰাজ্যপাল মনোজ সিনহাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাক গৰিহণা দিয়ে৷ চৰপঞ্চ মঞ্জুৰ আহমেদ বাংৰুক সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা দি ঘৃণ্য কাৰ্য্যৰ সংঘটিত কৰা অপৰাধীসকলক শাস্তি দিয়া হ’ব বুলি কয় সিনহাই৷ শোকৰ সময়ত শোকসন্তপ্ত পৰিয়াললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰে উপ-ৰাজ্যপাল মনোজ সিনহাই৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে