গুৱাহাটী মহানগৰীৰ গীতানগৰত ভয়াবহ কাণ্ড
গীতানগৰত বিদ্যুৎ তাঁৰত লাগি এজনৰ মৃত্যু
ধুমুহাৰ সময়ত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰিছিল
মাটিত পৰি থকা তাঁৰত লাগি লোকজনৰ মৃত্যু
মহানগৰীৰ গীতানগৰত সংঘটিত হৈছে এই ঘটনা
বিদ্যুৎ বিভাগ আৰু ১০৮ ফোন কৰি নাপালে সঁহাৰি
মৃত লোকজনে বজাৰ কৰি ঘৰলৈ গৈ আছিল