March 29, 2023, 4:28 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

গাঁওবুঢ়াক স্মাৰ্টফোন প্ৰদান, গাঁওবুঢ়াৰ কাৰ্যালয় উন্নয়নৰ বাবে বিধায়ক প্ৰমোদৰ ২ লাখ

Reporter Name
  • Update Time : Thursday, June 25, 2020
  • 91 Time View

বিশ্বনাথঃ বিশ্বনাথ বিধানসভা সমষ্টিৰ বিশ্বনাথ আৰু সাকোমঠা মৌজাৰ ৩৮গৰাকী গাঁওবুঢ়াক বৃহস্পতিবাৰে স্মাৰ্টফোন প্ৰদান কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ জিলা গাঁওবুঢ়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত বিধায়ক বৰঠাকুৰে স্মাৰ্টফোনসমূহ বিতৰণ কৰে৷

গাঁওবুঢ়া-প্ৰশাসনৰ যোগাযোগ উন্নত কৰাৰ স্বাৰ্থত গাঁওবুঢ়াসকলক স্মাৰ্ট ফোন প্ৰদান কৰা বুলি উল্লেখ কৰে বিধায়ক বৰঠাকুৰে। বিশ্বনাথ জিলাত মুঠ ২১৭গৰাকী গাঁওবুঢ়া আছে৷ এই আঁচনিৰ জড়িয়তে ২১৭গৰাকী গাঁওবুঢ়াকে পৰ্যায়ক্ৰমে মোবাইল বিতৰণ কৰা হ’ব বুলি জানিবলৈ দি সদৌ অসম গাওঁ বুঢ়া সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ কাৰ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিধায়ক পুজিৰ পৰা ২ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে৷

বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, সদৌ অসম গাওঁবুঢ়া সন্থাৰ সাংগঠনিক সম্পাদক পংকু বৰা, সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি ৰামনাথ টেৰন, দিগন্ত হাজৰিকা, চেনিৰাম ক্ৰু, ৰমেশ ৰাৱতীয়া, পুতুল বৰা, জ্যোতিষ ভূঞা, অতুল খাউণ্ড, ৰঙাই ভূঞা, কৃষ্ণ বৰা, গংগা কাৰ্কীৰ উপস্থিতিত গাঁওবুঢ়াসকলক স্মাৰ্টফোন বিতৰণ কৰা হয়৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে