May 25, 2022, 5:45 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

‘মুত্যুদণ্ড’ আদালত-ন্যায়াধীশেহে ব্যৱহাৰ কৰে, অসমীয়াই অসমীয়াক হত্যা স্বাৰ্থপূৰণ কৰিব নোৱাৰে

Reporter Name
  • Update Time : Sunday, May 8, 2022
  • 37 Time View

আলফা স্বাধীনত যোগদানৰ বাবে ম্যানমাৰ শিবিৰলৈ যোৱা মুক্তাপুৰৰ যুৱক ধনজিৎ দাস আৰু বৰপেটাৰ সঞ্জীৱ শৰ্মাক নিৰাপত্তাৰক্ষীৰ গুপ্তচৰ হোৱাৰ সন্দেহত আলফাই হত্যা কৰা ঘটনাৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আলফা স্বাধীনৰ শীৰ্ষ নেতা পৰেশ বৰুৱাই আৰক্ষী সেনাৰ চোৰাংচোৱা বুলি ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মাক মৃত্যুদণ্ড দিয়া বুলি যুক্তি দিলেও অসম আৰক্ষীয়ে যুক্তি নসাৎ কৰিছে। আলফা স্বাধীনৰ আভ্যন্তৰীণ কন্দলৰ বাবেহে এনে ঘটনা ঘটিছে বুলি কয় অসম আৰক্ষীয়ে। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মুত্যুদণ্ড শব্দটো কেৱল আদালত তথা ন্যায়াধীশেহে ব্যৱহাৰ কৰিব পাৰে৷ আলফাই যুৱক দুজনক হত্যা কৰিছে। মৃত্যুদণ্ড দিয়া নাই৷ অসমীয়াই অসমীয়াক হত্যা কৰি অসমৰ স্বাৰ্থপূৰণ কৰিব নোৱাৰে৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে মই আলোচনাৰ মেজলৈ আহিবলৈ আলফা স্বাধীনক অনুৰোধ জনাইছো৷ উল্লেখ্য যে, অসম আৰক্ষীৰ নিৰ্দেশত আলফাত দুয়োজন যুৱকে যোগদান কৰা ভিডিঅ’ জাৰি কৰিছিল৷ যোৱা ২৪ এপ্ৰিলত আলফাৰ শিবিৰৰ পৰা পলায়ন কৰিছিল ধনজিতে। কিন্তু ২৫ এপ্ৰিলত আলফাই পুনৰ আৱদ্ধ কৰি শাস্তি দিয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে