ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বক আতংকিত কৰা ক’ৰোনা মহামাৰীৰ ৰোধ কৰিব পৰাকৈ এতিয়ালৈকে কোনো ভেকচিন বজাৰলৈ অহা নাই৷ বিশ্বৰ বহু স্বাস্থ্য সংস্থা তথা চৰকাৰে ভেকচিন প্ৰস্তুত কৰিবলৈ অহৰহ যুঁজ দি থকাৰ
গুৱাহাটীঃ ৰাজ্যত পুনৰ ধৰা পৰিছে ৪৭৯গৰাকী ক’ৰোনা ৰোগী। ইয়াৰে ২৩৮গৰাকী হৈছে গুৱাহাটী মহানগৰীৰ। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিশা ১১ বাজি ৫০ মিনিটত টুইট কৰি এই তথ্য জাৰি কৰিছে।
গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লক-ডাউন পালন কৰি জনসাধাৰণ ঘৰত আৱদ্ধ হৈ পৰাৰ সময়তে গুৱাহাটী আৰক্ষীয়ে দিনে-নিশাই কৰ্তব্য পালন কৰিছে৷ ৰদে-বৰষুণে ৰাজপথত থিয় দি থাকি ৰাজপথত ওলাই অহা গাড়ীসমূহ
চতিয়াঃ সমাজ কল্যাণ বিভাগৰ চতিয়া শিশু উন্নয়ন প্ৰকল্পত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰকল্পটোৰ অধিনৰ অংগনৱাডী কেন্দ্ৰসমূহৰ কৰ্মী-সহায়িকাসকলক বিষয়া-কৰ্মচাৰীসকলে সততে লুণ্ঠন কৰি আহিছে বুলি গুৰুতৰ অভিোগ উত্থাপন হৈছে৷ একাংশ
গোলাঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামাট জয়াপথাৰ গাঁৱৰ এগৰাকী লোকে ৰাইজৰ সহায় বিচাৰিছে৷ লোকজনে দুৰ্ঘটনাত পতিত হৈ বিনা চিকিৎসাই পংগুত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হোৱাত ৰাইজৰ পৰা সহায় বিচাৰিছে৷ কঁকালৰ তলৰ অংশ
গুৱাহাটীঃ সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ ড০ হিতেশ ডেকা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য৷ বৰ্তমানৰ উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকাৰ কাৰ্যকাল অহা ৯ জুনত অন্ত পৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান
গুৱাহাটীঃ সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ ড০ হিতেশ ডেকা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য৷ বৰ্তমানৰ উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকাৰ কাৰ্যকাল অহা ৯ জুনত অন্ত পৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান