২৬ জুলাইত অসমৰ ৬জনকৈ জোৱানক মিজো আৰক্ষীয়ে আক্ৰমণ কৰি নিহত কৰাৰ পিছতে দিল্লীৰ চৰকাৰে বিষয়টোক লৈ গুৰুত্ব আৰোপ কৰা দেখা গৈছে৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ সকলো বিজেপি সাংসদক সাক্ষাৎ
হোজাই জিলাৰ ডবকাত ফেৰিৱালা আক্ৰান্ত ক’ৰোনাত ডবকা চিকিৎসালয়ত ধৰা পৰিল প্ৰথমজন কোভিড ৰোগী কোভিড পজেটিভ ধৰা পৰা লোকজনৰ নাম আব্দুল হাচিম আব্দুল হাচিম এজন ফেৰিৱালা বুলি জানিব পৰা গৈছে ডবকাত
যোগগুৰু বাবা ৰামদেৱক গ্ৰেপ্তাৰৰ দাবীত টুইটাৰ ট্ৰেণ্ড আৰম্ভ হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ নামত দেশৰ নাগৰিকক প্রতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি হেষ্টটেগ ব্যৱহাৰ কৰি একাংশ লোকে বাবা ৰামদেৱক গ্ৰেপ্তাৰৰ দাবী উত্থাপন
ডিজিটেল ডেস্কঃ বাৰে বাৰে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে একাংশ নেতাই নাৰাজ হৈ মন্তব্য প্ৰকাশ কৰি আহিছে৷ নেতৃত্ব সলনি কৰিবৰ বাবে দাবী উত্থাপন কৰি জ্যেষ্ঠ নেতাই সৰৱ ভূমিকা গ্ৰহণ কৰি দলৰ নেতৃত্বৰ
গুৱাহাটীঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ অন্যতম অভিযুক্ত কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক কুমাৰ কুমাৰ সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ কৰা হয়৷ ২৪ ঘণ্টা ধৰি আত্মগোপন কৰাৰ অন্তত ডিজিপি
ডিজিটেল ডেস্কঃ তামিলনাডুৰ কুড্ডালুৰ জিলাৰ এটা ফটকা ফেক্টৰীত বিস্ফোৰণ কাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ শুকুৰবাৰে দিনৰ ভাগত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাত ৬ জন লোকৰ থিতাতে মৃত্যু হৈছে৷ আনহাতে ৪
গুৱাহাটীঃ সংকট মুক্ত হৈছে ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক জাতীয় অৰ্থনীতি সবল কৰাৰ যুঁজাৰু মনোৰম গগৈ৷ ক্ৰমে সুস্থ হৈ উঠিছে হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা মনোৰম গগৈ৷ হৃদৰোগত আক্ৰান্ত হোৱাত
১৯৮৫ চনৰ আজিৰ দিনটোৰ পুৱতি নিশাতে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ হৈছিল। বিগত ৩৫ বছৰে অসম চুক্তি ৰূপায়ণক লৈ অনিশ্চয়তা ৰৈ গ’ল। চুক্তিখনৰ ৫নং আৰু ৬নং দফাক লৈ এতিয়াও বিতৰ্ক চলি
গুৱাহাটীঃ ২০২১ৰ নিৰ্বাচনৰ প্ৰকমুহূৰ্তত শাসকীয় দল বিজেপিয়ে ৰাজ্যিক সমিতিত ব্যাপক সাল-সলনি কৰিছে৷ আগন্তুক নিৰ্বাচনত বিৰোধীৰ সৈতে মোকাবিলা কৰিবলৈ বহু যুৱ-মহিলা নেতা-নেত্ৰীক নতুন নতুন দায়িত্ব প্ৰদান কৰা হৈছে৷ দলে যুৱ প্ৰজন্মক
অসমৰ বানপানী সমস্যা অপৰিচিত নহয়৷ চৰকাৰী হেমাহিৰ বাবে এইবাৰ বান ভয়াবহতা বৃদ্ধি পাইছে৷ ৬০ দিনত ৮৫জন মানুহৰ মৃত্যু হৈছে৷ ঘৰ, মাটি, ভেটি বানে উটুৱাই লৈ গৈছে৷ সময় মতে, চৰকাৰে পদক্ষেপ