উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২২ৰ চূড়ান্ত ফলাফল স্পষ্ট হৈছে। ৰাজ্যখনৰ বিজেপি চৰকাৰ পুনৰ গঠন হ’ব। কিন্তু মিৰাট জিলাৰ সাৰধানা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সংগীত সোম পৰাজিত হৈছে। এক নিকট যুঁজত,
যুদ্ধৰ মাজতে পাকিস্তানত ইছলামিক সন্ত্ৰাসবাদীৰ তাণ্ডৱ জুম্মাৰ নামাজৰ পিছতে মছজিদত সন্ত্ৰাসবাদীৰ বিস্ফোৰণ পাকিস্তানৰ ব্যস্ত চহৰ পেছাৱাৰত দিনতে বোমা বিস্ফোৰণ সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণত কঁপি উঠিল পেছাৱাৰ চহৰ সন্ত্ৰাস জৰ্জৰিত পাকিস্তানত সন্ত্ৰাসবাদীৰ
জয়ন্ত মুদৈ, বেবেজীয়াঃ বিশ্বৰ সৌন্দৰ্যৰ মঞ্চত জিলিকিল নগাঁৱৰ জীয়ৰী সাগৰিকা কাকতি বৰুৱা। বিশ্বৰ ভিতৰতে অত্যাধুনিক আৰু ৰাজকীয় ৰাষ্ট্ৰ ইউনাইটেড আৰব এমিৰেটচ্ চমুকৈ ইউএইৰ ডুবাইত শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতা
শেহতীয়াকৈ ছবিঘৰলৈ আহিবলগীয়া হিন্দী বোলছবি ‘গংগুৱাই কাঠিয়াৱাড়ী’ৰ প্ৰচাৰত শিশুক ব্যৱহাৰ কৰা আৰু সমাজত যৌন উশৃংখলতাৰ আশংকা কৰি ইতিমধ্যে ব্যাপক চৰ্চা হৈছে৷ বিশেষকৈ এগৰাকী বেশ্যাৰ জীৱনৰ আধাৰত নিৰ্মিত বিতৰ্কিত অভিনেত্ৰী কংগনা
অসমত হ্ৰাস হৈছে কোভিডৰ সংক্ৰমণ৷ আজি অসমত কোভিডত আক্ৰান্ত হৈছে কেৱল ৪৭গৰাকী লোক৷ ইপিনে যোৱা ২৪ ঘণ্টাত ৰাজ্যত কোভিডত ৪গৰাকী লোকৰ মৃত্যু হৈছে। প্ৰায় ৭ হাজাৰ নমুনা সংগ্ৰহ কৰি কোভিড
বেবেজীয়াৰ পৰা জয়ন্ত মুদৈঃ শৰ্মিষ্ঠা প্ৰীতম৷ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ফুলগুৰিৰ শৰ্মিষ্ঠা প্ৰীতম অসমীয়া সাহিত্য জগতৰ এটি পৰিচিত নাম৷ এক জটিল ব্যাধিয়ে এক অৱৰুদ্ধ আৰু বিপদসংকুল জীৱন অতিবাহিত কৰিবলৈ বাধ্য
বিশ্বৰ শীৰ্ষৰ ফেশ্বন ডিজাইন শ্ব’ নিউয়ৰ্ক ফেশ্বন উইক-২০২২ত অসমৰ থলুৱা শিপিনীৰ হাতৰ পৰশত তৈয়াৰ হোৱা মেখেলা-চাদৰ পৰিহিত প্ৰতিযোগিয়ে ৰেম্পত খোজদিয়া পৰিলক্ষিত হয়৷ নিউয়ৰ্ক চিটীৰ মানহাটত অনুষ্ঠিত নিউয়ৰ্ক ফেশ্বন উইকত অংশ
অসম কন্যা প্ৰখ্যাত ডিজাইনাৰ সংযুক্তা দত্তই অসমলৈ কঢ়িয়াই আনিছে বিশেষ খবৰ৷ একালৰ গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তাৰ চাকৰি এৰি ডিজাইনাৰ হিচাপে নতুন সংগ্ৰাম আৰম্ভ কৰা সংযুক্তা দত্তই ইতিমধ্যে বলিউদৰ লগতে আন্তঃৰাষ্ট্ৰীয়
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অসমৰ অভিনেতা দিগন্ত হাজৰিকাৰ এখন ফটো৷ ফটোখনত দিগন্ত হাজৰিকাৰ সৈতে আছে বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান৷ বাদশ্বাহ শ্বাহৰুখ খান ৰনকৈ আহিবলগীয়া ছবি ‘পাঠান’ৰ ছেটত তোলা হৈছিল
কেটৰিনা কাঈফ আৰু বিকি কৌশলে ৯ ডিচেম্বৰত ৰাজস্থানৰ চৱাই মাধোপুৰৰ ছিক্স চেন্স ফৰ্ট বৰৱাৰাত বিবাহপাশত আৱদ্ধ হ’ব। একে সময়তে, বিবাহৰ ৰীতি-নীতিও আজি আৰম্ভ হৈছে। দম্পতী হালে যোৱা নিশাই ৰাজস্থানৰ বিবাহৰ