এগৰাকী অসমীয়া যুৱতীয় বিয়াত বহিব বলিউদৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰে৷ বাগদত্তাৰ সৈতে আজি আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হয়৷ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়াই অসমৰ কন্যা প্ৰেমিকা ত্ৰিবেণী বৰ্মনক আঙুঠি পিন্ধায়। ত্ৰিবেণী অসমীয়া জীয়ৰী
লোহিত চন্দ্ৰ শালৈ, ছয়গাঁওঃ আজি দক্ষিণ কামৰূপত উপস্থিত হয় ‘গংগা’ৰ ছবিৰ অভিনতা-অভিনেত্ৰী৷ ছয়গাঁও মহাবিদ্যালয়ত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, ৰাগ ঐনিতম, যোগেশ কাশ্যপ, সংগীত পৰিচালক অজয় ফুকন, নাট্যকাৰ-পৰিচালক অভিজিত ভট্টাচাৰ্যই অসমীয়া
ডিজিটেল ডেস্কঃ এজন ব্যক্তিৰ এটা বাতৰি সম্প্ৰতি ভাইৰেল হৈ পৰিছে। যি সময়ত কোনেও ইজনে সিজনক এটা টকাও দান কৰি সহায় নকৰে, তেনে সময়তে এজন ব্যক্তিয়ে ১,৫০০ কোটি টকা দান কৰাৰ
জয়ন্ত মুদৈ, বেবেজীয়াঃ অসমীয়াৰ প্ৰাণৰ আপোন ব’হাগ বিহুলৈ মাজতে আছে কেইটামান দিন৷ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ব’হাগক আদৰাৰ প্ৰস্তুতি৷ ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাও৷ জিলাখনৰ সৰ্ব প্ৰান্ততে সকলো সাজু হৈছে হেপাঁহৰ
বেবেজীয়াৰ পৰা জয়ন্ত মুদৈঃ শৰ্মিষ্ঠা প্ৰীতম৷ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ফুলগুৰিৰ শৰ্মিষ্ঠা প্ৰীতম অসমীয়া সাহিত্য জগতৰ এটি পৰিচিত নাম৷ এক জটিল ব্যাধিয়ে এক অৱৰুদ্ধ আৰু বিপদসংকুল জীৱন অতিবাহিত কৰিবলৈ বাধ্য
ডিজিটেল ডেস্কঃ কিংবদন্তী গায়িকা লতা মংগেশকাৰ আৰু নাই ৷ দেওবাৰে পুৱা মুম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পতালত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে ৷ ক’ভিডত আক্ৰান্ত হৈ বিগত ৮
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দিনক দিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। দৰং জিলাতো ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে৷ বুধবাৰৰ দিনটোত দৰং জিলাত ১৯৫ জন লোক ক’ভিডত আক্ৰান্ত
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অসমৰ অভিনেতা দিগন্ত হাজৰিকাৰ এখন ফটো৷ ফটোখনত দিগন্ত হাজৰিকাৰ সৈতে আছে বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান৷ বাদশ্বাহ শ্বাহৰুখ খান ৰনকৈ আহিবলগীয়া ছবি ‘পাঠান’ৰ ছেটত তোলা হৈছিল
ডিজিটেল ডেস্কঃ জন্মদিনৰ আগমুহূৰ্তত অঘটন। সাপে খুঁটিলে বলিউডৰ জনপ্ৰিয় অভিনেতা চলমান খানক। অভিনেতাজনৰ পানভেলৰ ফাৰ্মহাউচত এই ঘটনা। অভিনেতাজনক ততাতৈয়াকৈ নবী মুম্বাইৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত প্ৰাথমিক চিকিৎসাৰ পিছত
ডিজিটেল ডেস্কঃ বিচিত্ৰ এই বিশ্ব। বিচিত্ৰ এই বিশ্বত আছে বিচিত্ৰ মানুহ। আছে ভিন্ন অভিৰুচিৰ মানুহ। কিছুমানে খোজ কঢ়া, কিছুমানে খোৱা, কিছুমানে পঢ়া-শুনা কৰি ভালপোৱাৰ লগতে আন কিছুমানে গান শুনি ভাল