সাহসী সাংবাদিক আফগানিস্তানত যুদ্ধৰ বাতৰি কভাৰেজ কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা ডেনিছ চিদ্দিকীক মৰণোত্তৰ ভাৱে পুলিৎজাৰ সন্মান প্ৰদান কৰা হ’ব। যোৱা বছৰ আফগানিস্তানত সংঘৰ্ষক বাতৰি কভাৰ কৰাৰ সময়তে নিহত হৈছিল ফটো
ভেটিকান চিটিৰ কেথলিক গীৰ্জাৰ মুৰব্বী পোপ ফ্ৰান্সিছ পুনৰ চৰ্চালৈ আহিছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ দিনটোৰ পৰাই পোপ ফ্ৰান্সিছে শান্তি বিচাৰি আছে। সাক্ষাৎকাৰত কৈছিল যে যুদ্ধৰ প্ৰথম দিনটোতে পোপ ফ্ৰান্সিছে ইউক্ৰেইনৰ
বিশ্বৰ জনপ্ৰিয় পেছাদাৰী কুস্তি কোম্পানী ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট চমুকৈ ডব্লিউডব্লিউইত অংশ লোৱা ভাৰতৰ আন এগৰাকী খেলুৱৈ খুব চৰ্চাত৷ গ্ৰেট খালিৰ পিছতে ৰিংকু সিঙ ওৰফে বীৰ মহনে ডব্লিউডব্লিউইত ভাৰতৰ নাম উজলাই
খাদ্য সংকটত যুঁজি থকা শ্ৰীলংকাত পুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৰাষ্ট্ৰপতিয়ে৷ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে আজি মাজনিশাৰ পৰা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ এই সময়ত প্ৰতিবাদত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে আন কেইবাটাও
পৃথিৱীত বহু সময়ত কিছু সন্তান প্ৰসৱৰ ঘটনাই মানুহক আচৰিত কৰে। বিশেষকৈ যমজ সন্তানৰ জন্ম সচৰাচৰ কথা যদিও সময়ে সময়ে আচৰতি কৰি আহিছে। কিয়নো বিভিন্ন সময়ত এগৰাকী প্ৰসূতিয়ে তিনিটা পৰ্যন্ত সন্তান
৪৪ বিলিয়ন ডলাৰৰ বিনিময়ত টুইটাৰ ক্ৰয় কৰিলে বিশ্ব বিখ্যাত গাডী নিৰ্মাতা কোম্পানী টেছলাৰ মালিক তথা মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে৷ সামাজিক মাধ্যমৰ দৈত্য বুলি কোৱা টুইটাৰক টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে ৰাষ্ট্ৰপতি নিৰ্বাচনত সোঁপন্থী নেতা মেৰিন-লে-পেনক পৰাস্ত কৰি দ্বিতীয় বাৰৰ বাবে জয়লাভ কৰিছে৷ ভোট গণনাৰ নমুনাৰ ওপৰত আধাৰিত কৰি ফৰাচী টেলিভিছন চেনেলসমূহৰ অনুমান অনুসৰি মেক্ৰ’নে ৫৭.০-৫৮.৫ শতাংশ
ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ কাইৰন প’লাৰ্ডে আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। কাইৰন প’লাৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা বুধবাৰে ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰে নেটৰ সময়ত ঘোষণা কৰে৷ কাইৰন প’লাৰ্ডে
বাংলাদেশৰ প্ৰাক্তন বাওঁহাতীয়া স্পিনাৰ মুশ্বাৰফ হুছেইনৰ আজি মৃত্যু হয়। বাংলাদেশ ক্ৰিকেট বোৰ্ডে এই তথ্য প্ৰদান কৰিছে। বিচিবিয়ে ৪০ বছৰীয়া হুছেইনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ হুছেইনে মস্তিষ্কৰ কৰ্কট ৰোগৰ যুঁজি আছিল বুলি
দুদিনীয়া কাৰ্সূচীৰে ভাৰত ভ্ৰমণ কৰিব ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জন্সন৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জন্সনে ২১ আৰু ২২ এপ্ৰিলত ভাৰতত কটাব৷ ২১ এপ্ৰিলত আহমেদাবাদত উপস্থিত হ’ব আৰু দিল্লীলৈ ৰাওনা হ’ব। ২২ এপ্ৰিলত