উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত প্ৰতিযোগিতাত অংশ ল’বলৈ আহি মৃত্যুক আকোৱালি লয় তামিলনাডুৰ দীনাদয়ালন বিশ্ব নামৰ খেলুৱৈগৰাকী৷ মেঘালয়ত অনুষ্ঠিত ৮৩ সংখ্যক ছিনিয়ৰ নেচনেল টেবল টেনিছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ শ্বিলঙলৈ আহি থকাৰ সময়তে গুৱাহাটী
চন্দন কৰ্মকাৰ, গোলাঘাটঃ আজিৰে পৰা আৰম্ভ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ গৌৰৱময় শতবৰ্ষ উদযাপনৰ শুভাৰম্ভ অনুষ্ঠান আৰম্ভ হৈছে। শুভাৰম্ভণী অনুষ্ঠানে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত গোলাঘাট ষ্টেডিয়ামত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে৷ গৌৰৱময়
কেৰালাৰ অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছত পুৰুষৰ ২০০ মিটাৰ দৌৰত ২০.৫২ ছেকেণ্ডত স্বৰ্ণ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়া অম্লান বৰগোহাঁইলৈ উষ্ম অভিনন্দন৷ অসমবাসীক গৌৰৱান্বিত কৰা খেলুৱৈগৰাকীয়ে অনাগত দিনতো সফলতাৰ
স্বৰ্ণ জয়েৰে অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা হিমা দাসক আন্তৰিক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত মহিলাৰ ২০০ মিটাৰ দৌৰত
পুনৰ ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে দুগৰাকী খেলুৱৈয়ে৷ দুই অসম সন্তানে জয়জাত্ৰা অব্যাহত ৰাখি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ সুনাম কঢ়িয়াই আনিছে। কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয়
জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া কুৰুৱাবাহী চাৰিআলিৰ সমীপৰ কুৰুৱাবাহী-গেদাৰবড়ীৰ অস্থায়ী খেলপথাৰত দুই নং গেদাৰবড়ী শৰীৰ চৰ্চা কেন্দ্ৰ আৰু গেদাৰবড়ী ক্ৰিকেট ক্লাৱৰ যৌথ উদ্যোগত আজিৰে পৰা সদৌ অসম
দেওবাৰে চুইছ অপেন চুপাৰ-৩০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ চূড়ান্ত খেলত থাইলেণ্ডৰ বুচানান অংবামৰুংফানৰ বিৰুদ্ধে পোনপটীয়া খেলত জয়লাভ কৰি পি.ভি সিন্ধুৱে ছিজনৰ দ্বিতীয় মহিলা একক খিতাপ অৰ্জন কৰে। প্ৰতিযোগিতাখনত ক্ৰমাগত দ্বিতীয়খন ফাইনেল খেলি
ৰাজ্যখনলৈ ভাল খবৰ কঢ়িয়াই আনিছে তিনিগৰাকী যুৱ ক্ৰীড়াবিদে৷ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ বাবে নিৰ্বাচিত হৈছে অসমৰ তিনি যুৱ ক্ৰীড়াবিদ৷ তিনিওগৰাকী হৈছে মহিলা কাৰাটেকা৷ অসম ৰাজ্যিক কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ
ক্ৰিকেটাৰ হৰভজন সিঙক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব আম আদমী পাৰ্টীয়ে। আম আদমী পাৰ্টিয়ে হৰভজন সিঙক ৰাজ্যসভালৈ প্ৰেৰণ কৰিবলৈ মনস্থ কৰিছে বুলি খবৰ প্ৰকাশ হৈছে। থেমস্পৰ্টচ বিশ্ববিদ্যালয়ৰ দায়িত্বও হৰভজন সিঙক দিয়া হ’ব৷
নিউজিলেণ্ডৰ মাউণ্ট মাউনগানুইৰ বে ওভালত অনুষ্ঠিত মহিলা বিশ্বকাপ ক্ৰিকেটৰ আজি এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে চিৰবৈৰী পাকিস্তানক হৰুৱাই বিজয়ী হয়৷ আইচিচি-২০২২ মহিলা এদিনীয়া বিশ্বকাপত দেওবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে পাকিস্তানক ১০৭