ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ এনকাউণ্টাক লৈ বিগত সময়ছোৱাত যথেষ্ট প্ৰশ্নৰ উত্থাপন হৈ আহিছে৷ এনকাউণ্টাৰৰ নামত নিৰীহক হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে ভুৱা এনকাউণ্টাৰ কৰি এইবাৰ বিপদত অসম আৰক্ষী৷ আৰক্ষীৰ জিম্মাত থকা এজন অভিযুক্তক ভুৱা এনকাউণ্টাত হত্যা কৰি এতিয়া বিপদত দৰং জিলাৰ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে চক্ৰ পৰিদৰ্শক৷ অভিযুক্তক ভুৱা এনকাউণ্টাৰত গুলীয়াই হত্যা কৰাৰ অপৰাধত দৰং জিলাৰ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতি আৰু চক্ৰ পৰিদৰ্শক অচ্যুৎ দত্তক মৃতকৰ পৰিয়ালক ৭ লাখ টকা ক্ষতি পূৰণ দিয়াৰ
ডিজিটেল ডেস্কঃ গোলাঘাটত বিগত পাঁচ দিনে জনাঞ্চলত বিচৰণ কৰা গঁড়টোৰ অৱশেষত মৃত্যু হ’ল৷ জনাঞ্চলত খাদ্যৰ সন্ধানত বিচৰণ কৰি থকা অৱস্থাতে আঘাতপ্ৰাপ্ত হৈছিল গঁড়টো। বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰাৰ পাছতে হুলস্থূলীয়া
নগাঁওঃ সমগ্ৰ শৈৱ ভক্তসকলক একগোট কৰি, সামূহিক শৈৱ চৈতন্য জাগ্ৰত কৰাৰ উদ্দেশ আগত ৰাখি নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী কহুঁৱাআটী সাৰ্বজনীন শিৱ মন্দিৰ প্ৰাংগনত দেওবাৰে আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ
নিউজ ডেস্কঃ মাটিৰ দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰৱৰ্তন কৰা মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। এতিয়ালৈ বসুন্ধৰা পৰ্টলেত ৯,১৮,৬৩১
নগাঁওঃ নগাঁৱৰ হিন্দু মিলন মন্দিৰত দেওবাৰে পৱিত্ৰ মাঘী পূৰ্ণিমা মহোৎসৱ আৰু ভাৰত সেৱাশ্ৰম সংঘৰ প্ৰতিষ্ঠাতা যুগাচাৰ্য স্বামী প্ৰণবানন্দজী মহাৰাজৰ ১২৮ তম আবিৰ্ভাৱ তিথি উদযাপন কৰা হয় । এই উপলক্ষে নগাঁও
ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে কাছাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চৰকাৰৰ কঠোৰ পদক্ষেপৰ বাবে প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’বলৈ নাপাব বুলি জীৱনৰ চৰম সিদ্ধান্ত
ডিজিটেল ডেস্কঃ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত স্থান লাভ কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে৷ সুগন্ধি ব্যৱসায়েৰে জড়িত আজমলৰ সম্পত্তিৰ পৰিমাণ কিমান সেয়া অস্পষ্ট যদিও দেশৰ ১০ জন
ডিজিটেল ডেস্কঃ আমেৰিকাৰ পূব উপকূলত সন্দেহজনক চীনৰ গুপ্তচৰ বেলুন গুলীবৰ্ষণেৰে ভূপতিত কৰা হ’য়। ২৮ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশৰ সীমাত প্ৰৱেশ কৰা দেখা গৈছিল সন্দেহজনক গুপ্তচৰ ‘স্পাই বেলুন’৷ আমেৰিকাৰ মতে গুপ্তচৰ
বাল্য বিবাহৰ ঘটনাৰ ভয়ংকৰ পৰিণতি৷ ধিঙৰ যুৱক অংকুৰ নাথৰ শহুৰেকৰ ঘৰত আত্মহত্যাৰ চেষ্টা৷ মহানগৰীৰ বশিষ্ঠৰ বৰপথাৰত সংঘটিত এই ঘটনা৷ যুৱকজনৰ বয়স ১৮ বছৰ আৰু পত্নীৰ বয়স ১৬ বছৰ৷ সংকটজনক অৱস্থাত
ডিজিটেল ডেস্কঃ বিগত ৯ মাহ ধৰি এমাইল’ইড’ছিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেওবাৰে মৃত্যু হয়৷ ২০১৬ চনৰ মাৰ্চ মাহৰ পৰাই এই ৰোগত আক্ৰান্ত হৈছিল