ডিজিটেল ডেস্কঃ ৰাজ্যত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা৷ শুকুৰবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ৭০৬ গৰাকী। কালিৰ দিনটোত সৰ্বাধিক আক্ৰান্ত হৈছে ধুবুৰী জিলাত৷ ধুবুৰীত ৬৬ গৰাকীকৈ আক্ৰান্ত হৈছে৷ ডিব্ৰুগড় জিলাত ৬২ গৰাকী, কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা ৩৪ গৰাকী।শুকুৰবাৰৰ দিনটোত এজন ক’ভিডত আক্ৰান্তৰ মৃত্যু হৈছে।