March 28, 2023, 2:03 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ৰাজধানী গুৱাহাটী মহানগৰীত পুনৰ ক’ৰোনাত আক্ৰান্ত চিকিৎসক

Reporter Name
  • Update Time : Tuesday, June 9, 2020
  • 142 Time View

গুৱাহাটীঃ ক’ৰোনা মহামাৰীৰ পৰা মানৱজাতিক ৰক্ষা কৰাৰ ঢাল হৈছে চিকিৎসকসকল৷ মানৱ জাতিৰ এই বিপদৰ সময়ত মানৱ জাতিক সহায় কৰিবৰ বাবে যুদ্ধ ঘোষণা কৰা চিকিৎসকো ক’ৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পোৱা নাই৷ আমাৰ ৰাজ্যত ইতিমধ্য কেইবাগৰাকী চিকিৎসক ক’ৰোনাত আক্ৰান্ত হোৱাৰ সময়তে সোমবাৰে পুনৰ গুৱাহাটী মহানগৰীৰ এগৰাকী চিকিৎসক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে৷

জানিব পৰা মতে, মহানগৰীৰ আৰ্য হস্পিতালৰ চিকিৎসক ডা০ বুলেন ফুকন কোৱিড-১৯ত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত চিকিৎসাধীন হৈ থকা চিকিৎসকগৰাকী কেইবাদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল৷

এগৰাকী ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংস্পৰ্শত অহাৰ ফলত ক’ৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ সন্দেহ কৰা হৈছে৷ চিকিৎসকগৰাকীয়ে ক’ৰোনা ৰোগীৰ স্বাৱ টেষ্ট কৰাৰ সময়ত পিপিই কিট পৰিধান কৰা নাছিল। ক’ৰোনা ধৰা পিছত চিকিৎকগৰাকীক চিকিৎসা কৰা হয় আৰু বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে৷ চিকিৎসকগৰাকীয়ে বসবাস কৰা খ্ৰীষ্টানবস্তিৰ অমৰাবতী পেলেছ নামৰ এপাৰ্টমেণ্ট কামৰূপ মহানগৰ প্ৰশাসনে কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে