ৰাছিয়াই নিষিদ্ধ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনক
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ৰাছিয়া ভ্ৰমণ কৰিব নোৱাৰিব
বাইদেন আৰু কেইবাজনো শীৰ্ষ আমেৰিকাৰ নাগৰিকক নিষিদ্ধ
এএফপি সংবাদ সংস্থাই এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে
ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ চলি থকাৰ মাজতে বৃহৎ সিদ্ধান্ত ৰাছিয়াৰ