March 30, 2023, 8:23 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ৰঙিয়াৰ বৈদ্যগড় হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষকলৈ কৃতী শিক্ষকৰ বঁটা

Reporter Name
  • Update Time : Sunday, September 6, 2020
  • 146 Time View

ৰঙিয়াঃ কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৫৯ সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰঙিয়াৰ বৈদ্যগড় হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক দ্বিগেন কলিতালৈ জিলা কৃতী শিক্ষকৰ বঁটা আগবঢ়োৱা হয়। শনিবাৰে কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত আমিনগাওস্থিত ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বটা প্ৰদান কৰা হয়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাৰ লগতে আই আই টি গুৱাহাটীৰ অধ্যাপক ডঃ কেয়ুৰ চোৰাথিয়া, জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে বিদ্যালয় পৰিদৰ্শক মাধৱ চন্দ্ৰ ডেকাৰ উপস্থিতিত কলিতালৈ বঁটা আগবঢ়োৱা হয়।

উল্লেখ্য যে বিদ্যালয় প্ৰতিষ্ঠা কালৰে পৰা সুদীৰ্ঘ কাল বিনা বেতনৰে শিক্ষা বৃত্তিত জড়িত থাকি ২০১৩ চনত পদ প্ৰাদেশীকৰণ হোৱা কৃতী শিক্ষকগৰাকীয়ে চলিত বৰ্ষৰ ৩০জুনত অৱসৰ গ্ৰহণ কৰে। অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী ৰূপে পৰিচিত দ্বিগেন কলিতাই কামৰূপ জিলা ভিত্তিত কৃতী শিক্ষকৰ বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ৰঙিয়াৰ বিদ্বৎ মহল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে