বঙাইগাঁওঃ বঙাইগাঁৱত অটো চালকৰ শৰীৰত ওলাল ক’ৰোনা পজিটিভ। অটো চালকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি পোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৫ দিনৰ বাবে বঙাইগাঁৱত অটো-টেম্প’ চলাচলত নিষেধাজ্ঞা জাৰি কৰে জিলা প্ৰশাসনে৷ এক নিৰ্দেশনা পত্ৰযোগে এই কথা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে।