ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সূচী। দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে ঘোষণা হ’ব সময়সূচী। বিয়লি ৩ বজাত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনী সূচী। জুলাইৰ দ্বিতীয় বা তৃতীয় সপ্তাহত নিৰ্বাচন হোৱাৰ সম্ভাৱনা। ২৪ জুলাইত শেষ হ’ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল। ২৫ জুলাইত দেশে পাব নতুন ৰাষ্ট্ৰপতি।