২৫ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই কথা সদৰী কৰিছে।
ফলাফল ঘোষণাৰ কৰা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। পূৰ্বৰ দৰে বুকলেটৰ লগতে ৱেবচাইটযোগেও লাভ কৰিব ফলাফল।