March 25, 2023, 5:30 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

২৪ ঘন্টাত গোলাঘাটত ২৬ জন কৰ’নাত আক্ৰান্ত

লিজা দাস
  • Update Time : Friday, July 3, 2020
  • 194 Time View

গোলাঘাটঃ বিগত ২৪ ঘন্টাত গোলাঘাট জিলাত ২৬ জন লোকৰ দেহত কভিড-১৯ ভাইৰাছ ধৰা পৰিছে । ইয়াৰে ১৯জন গোলাঘাট নগৰৰ লাইফ লাইন নাৰ্ছিং হ’মৰ আক্ৰান্ত কৰ্মচাৰীৰ  সংস্পৰ্শলৈ অহা ব্যক্তি হোৱাৰ বিপৰীতে ৭ গৰাকী আক্ৰান্ত বহিঃৰাজ্যৰ পৰা অহা ব্যক্তি বুলি জানিব পৰা গৈছে।

স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ মতে বহিঃৰাজ্যৰ পৰা আহি বোকাখাটত কোৱাৰেন্টাইন হৈ থকা ৬ জন আৰু গোলাঘাট নাৰ্ছিং প্ৰশিক্ষণ চেন্টাৰত কোৱাৰেন্টাইন হোৱা এজন লোক আক্ৰান্ত হৈছে কভিড-১৯ ত। ইয়াকে লৈ বৰ্তমান গোলাঘাট জিলাত কভিড আক্ৰান্ত লোক সংখ্যা ৫১৯ জনলৈ বৃদ্ধি পালে।

অৱশ্যে বৰ্তমান জিলাখনত ১২৬ জন লোকহে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই সকলো আক্ৰান্ত ৰোগী গোলাঘাট কভিড হাস্পতালত ভৰ্ত্তি হৈ আছে। ইয়াৰ বিপৰীতে ৩৯৩ জন কভিড আক্ৰান্ত ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰি ঘৰলৈ ওভতি গৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে