নলবাৰীঃ নলবাৰী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নিচাযুক্ত দ্ৰব্যসহ দুজনক লোকক আটক কৰিবলৈ সক্ষম হয়। নলবাৰী আৰক্ষীৰ এটা দলে নিচাযুক্ত সামগ্ৰীৰ সৈতে দুয়োজনক আটক কৰে। জোন বৰ্মণ আৰু পাপু দাস ওৰফে কংকণৰ পৰা হেৰ’ইন উদ্ধাৰ কৰে৷