March 31, 2023, 3:07 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সৰুপথাৰত শ্বহীদ বীৰ সেনা জোৱানক শ্ৰদ্ধাঞ্জলি

Reporter Name
  • Update Time : Saturday, June 20, 2020
  • 114 Time View

সৰুপথাৰঃ ভাৰত-চীন সীমান্তৰ লাডাখৰ গলৱান ঘাটিত ১৫ জুনৰ পৰা আৰম্ভ হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে ১৬ জুনৰ নিশা চীন আৰু ভাৰতৰ সেনাৰ মাজত সংঘৰ্ষ লাগে। এই সংঘৰ্ষত ভাৰতৰ ২০গৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ লগতে চীনৰ কমেও ৪৩গৰাকী সেনা আহত-নিহত হৈছে। এই সংঘৰ্ষত ভাৰত মাতৃভূমিক ৰক্ষা কৰিবলৈ বৈ সৰ্বোচ্ছ বলিদান দিয়া সৈনিকসকলক সমগ্ৰ দেশে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে।

অসমতো বহু অনুষ্ঠান-প্ৰতিষ্ঠানে বীৰ সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্বহীদ ভাৰতীয় জোৱানসকলক সৰুপথাৰতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ সৰুপথাৰৰ মৰঙী জিলা পৰিষদৰ সদস্যা পূৰবী শৰ্মাৰ উদ্যোগতদৈগ্ৰোঙ হাইস্কুলৰ সমীপত অনুষ্ঠিত অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজে৷ সৰুপথাৰ সমষ্টিৰ কোৱাৰাণ্টাইন চেণ্টাৰৰ উপাধ্যক্ষ ৰাজীৱ শইকীয়া, অসম পেট্ৰলিয়াম মজদূৰ উনিয়নৰ সম্পাদক দিব্য ভূষণ শইকীয়া, সমাজকৰ্মী ইমৰান হুছেইন, ভাৰতীয় জনতা পাৰ্টীৰ মৰঙী মণ্ডলৰ সভাপতি/সম্পাদক, লেটকুজান গাওঁ পঞ্চায়তৰ সভাপতি সুজিত বৰা, দৈগ্ৰোঙ গাওঁ পঞ্চায়তৰ সভাপতি জুমণি বৰুৱা, দীপক ৰঞ্জন শইকীয়াই উপস্থিত থাকি শ্বহীদ সেনা জোৱানসকলক বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে