সুদীপ্ত দাস, লখিমপুৰঃ আজি সোঁৱণশিৰিৰ নৈত উপঙি থকা অৱস্থাত এটা পুৰুষৰ মৃতদেহ উদ্ধাৰ হয়৷ স্থানীয় ৰাইজে বালিঘাটত মৃতদেহটো ৰাইজে প্ৰত্যক্ষ কৰে৷ চাৰ্ট আৰু জিন্স পেণ্ট পৰিহিত মৃতদেহতো পানীগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে লখিমপুৰ চিকিৎসাৰ মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে৷