March 25, 2023, 2:26 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সোণোৱাল নেতৃত্বাধীন মন্ত্ৰী পৰিষদে কি কি সিদ্ধান্ত ললে বৃহস্পতিবাৰে…জানিবলৈ পঢ়ক এই বাতৰি

Reporter Name
  • Update Time : Thursday, August 27, 2020
  • 156 Time View

গুৱাহাটীঃ নিৰ্বাচনৰ আগমুহূৰ্তত সষ্টম ৰাজ্য চৰকাৰ৷ তাৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ বৈঠক অনুষ্ঠিত হয়৷ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ মন্ত্ৰী পৰিষদে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে…

কোভিড সেৱাত কৰ্মৰত অৱস্থাত মৃত্যুক আকোৱালি লোৱা সাংবাদিক, হোম গাৰ্ড, কেজুৱেল কৰ্মচাৰীক ৫০লাখ টকাৰ বীমা প্ৰদানৰ আওতাত লোৱাৰ সিদ্ধান্ত৷

হিতাধিকাৰীক প্ৰতিমাহে ৮৩০টকা আৰ্থিক সাহায্য প্ৰদানৰ ‘অৰুণোদয় আঁচনি’ অনুমোদন।

১৯৭৫চনতে নিৰ্মাণ হোৱা ধনশিৰি জলসিঞ্চন প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত৷

নাৱাৰ্ডৰ পৰা ১১৬কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱত অনুমোদন।

ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন বয়সৰ সীমা ৩৮বছৰৰ পৰা ৪০বছৰলৈ বৃদ্ধি কৰে৷

অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ক অনুমোদন।

মঙলদৈত প্ৰায় ১০০বিঘা মাটিত প্ৰায় ৯০০কোটি টকা ব্যয় সাপেক্ষে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিধেয়ক সংশোধনত অনুমোদন৷

অসম ঐতিহ্য সুৰক্ষা আৰু সংৰক্ষণ বিধেয়কতো কেবিনেটত অনুমোদন৷

ৰাজ্যিক ৰাজধানী এলেকাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ এলেকা অন্তৰ্ভুক্ত নকৰাৰ সিদ্ধান্ত৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে