March 25, 2023, 8:34 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সমষ্টি হেৰুওৱাৰ ভয়ত বিজেপি কৰ্মীক আক্ৰমণ কংগ্ৰেছীৰ

Reporter Name
  • Update Time : Sunday, August 30, 2020
  • 146 Time View

গোৱালপাৰাঃ গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদ্য প্ৰাক্তন সভাপতি নূৰজামাল শিকদাৰক শনিবাৰে সন্ধিয়া প্ৰায় আঠমান বজাত এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে । আক্ৰমণত গুৰুতৰ আহত শিকদাৰক ততাতৈয়াকৈ লক্ষীপুৰ মহকুমা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।

আনহাতে আক্ৰমণকাৰীৰ দলটোক কংগ্ৰেছী গুণ্ডা আখ্যা দি গোৱালপাৰা জিলাৰ বিজেপিৰ সভাপতি হীমাদ্ৰি দাসে কয় পূৰ্বে পৰিকল্পিত ভাবে লক্ষীপুৰ কংগ্ৰেছৰ সভাপতি আবু চাইদ জাকাৰিয়াৰ নেতৃত্বত অহা এদল দুস্কৃতিকাৰীয়ে আক্ৰমণ চলায় ।

তেওঁ লগতে কয় যে বৰ্তমানে জিলাখনত কংগ্ৰেছ এ আই ইউ ডি এফ দলৰ দখত থকা সমষ্টি সমূহ আগন্তুক বিধানসভা নিৰ্বাচনত হেৰুৱাৰ ভয়ত বিজেপি কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।

এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে দোষীক কৰায়ক্ত কৰি শাস্তি বিহাৰ দাবী তোলে সভাপতি দাসৰ লগতে সংখ্যালঘু মৰ্চাৰ নৱ নিযুক্ত জিলা সভাপতি আবু বক্কৰ ছিদ্দিক আৰু যুৱ মৰ্চাৰ জিলা সভাপতি ধনজীৱ ৰাভাই ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে