March 21, 2023, 3:28 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সমগ্ৰ দেশত আজিৰে পৰা খোল খালে ধৰ্মীয়স্থান

Reporter Name
  • Update Time : Monday, June 8, 2020
  • 153 Time View

ডিজিটেল ডেস্কঃ দেশত পঞ্চন পৰ্যায়ৰ লক-ডাউন চলি আছে যদিও আজিৰে পৰা আনলক-১ আৰম্ভ হৈছে৷ আনলক-১ আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা সমগ্ৰ দেশত ধৰ্মীয় স্থানসমূহ খোল খালে৷ আজি পুৱাৰে পৰা সমগ্ৰ দেশত মন্দিৰ, মছজিদ, গুৰুদ্বাৰ আদি ধৰ্মীয়স্থান সমূহত নামাজ-পূজা-পাঠ আৰম্ভ হৈছে৷ কমেও দুমাহ ধৰ্মীয়স্থান সমূহ বন্ধ হৈ থকাৰ অন্তত আজিৰে পৰা খোল খালে স্থানসমূহ৷ ধৰ্মীয় স্থানৰ লগতে হোটেল, চপিং মল, ৰেষ্টুৰেণ্ট, জিম খানা আদি খুলিব৷ কিন্তু শিক্ষানুষ্ঠানসমূহ কেতিয়া খুলিব সেই কথা এতিয়াও কেন্দ্ৰীয় চৰকাৰে স্প্ষ্ট কৰা নাই৷

আজিৰে খোল খাবলগীয়া স্থানসমূহত নতুন নীতি-নিয়ম জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ মন্দিৰ-মছজিদত প্ৰসাদ বিতৰণ কৰিব নোৱাৰিব৷ সামাজিক দূৰত্ব বজাই ৰখাৰ লগেত ভিৰ কৰিব নোৱাৰিব৷ ছেনিটাইজ কৰাৰ লগতে ধৰ্মীয় স্থলত স্ক্ৰীনিং কৰিব লাগিব৷ ধৰ্মীয়স্থান সমূহে কেন্দ্ৰীয় চৰকাৰৰৰ গৃহ বিভাগে জাৰি কৰা সকলো নিয়ম মানি চলিব লাগিব৷ জোতা, চেণ্ডেল বাহিৰতে ৰাখিব লাগিব৷ দৰ্শনাৰ্থীৰ বাবে খাদ্যৰ যোগাৰ কৰিব নোৱাৰিব৷ এবাৰত মাথো ১০গৰাকী দৰ্শনাৰ্থীয়ে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব৷ সকলো সময়তে লাউডস্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু সমূহীয়া প্ৰাৰ্থনা কৰিব নোৱাৰিব৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে