শিল্পী অৰ্চনা মহন্ত আৰু নাই!
Reporter Name
-
Update Time :
Thursday, August 27, 2020
-
120 Time View
- অসমীয়া সংগীত জগতৰ উজ্বল নক্ষত্ৰ শিল্পী অৰ্চনা মহন্তৰ বিয়োগ।
- বৃহস্পতিবাৰে হেল্থচিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।
- দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি আছিল অৰ্চনা মহন্ত।
- ব্ৰেইন ষ্ট্ৰক’ৰ পিছত তেওঁক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।
- কিন্তু মৃত্যু সৈতে যুঁজি আজি হাৰ মানিলে শিল্পীগৰাকীয়ে।
- অসমীয়া সংগীতজগতৰ পুৰোধা নাৰীগৰাকীৰ দেহাৱসানত ৰাজ্যজুৰি সৃষ্টি হৈছে শোকাময় পৰিৱেশৰ।
🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক
◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে