গুৱাহাটীঃ কিছুদিন পিছতে দুয়ো সদনত বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হব। তাৰ পূৰ্বে কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক ৰদ-বদল। কলিয়াবৰৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক লোকসভাত কংগ্ৰেছ দলৰ উপ-দলপতি নিযুক্তি দিয়ে কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীয়ে। কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে বৃহস্পতিবাৰে গৌৰৱক নিম্ন সদনৰ উপ-দলপতি নিযুক্তি দি প্ৰদান প্ৰদান কৰে।