March 25, 2023, 5:42 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

লক্ষ্য ২০২১ৰ নিৰ্বাচনঃ একেলগে গেৰুৱা বসন পিন্ধিলে ৰাজ্যৰ ২৯ শিল্পীয়ে

Reporter Name
  • Update Time : Tuesday, August 25, 2020
  • 123 Time View

গুৱাহাটীঃ অসমৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যতিক্ৰম হৈ পৰিছে দল সমূহৰ নিৰ্বাচনী প্ৰস্তুতি৷ এফালে কংগ্ৰেছ, এআইইউডিএফৰ মহাজোঁটবন্ধৰ ক্ষেত্ৰত দলীয় নেতা সকলৰ মাজত দ্বিমত, ভাগে ভাগে আঞ্চলিক শক্তি উত্থান আনফালে ব্যাপক হাৰত সাংস্কৃতিক কলা কুশলীৰ বিজেপিত যোগদান৷ সকলোৰে এতিয়া লক্ষ্য হৈ পৰিছে ২০২১ৰ বিধানসভা নিৰ্বাচন৷

কৃষ্ণমণি, যতীনৰ পাছত আজি হেঙেৰাবাৰী বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ এক যোগদান সভাত একেলগে গেৰুৱা বসন পিন্ধিলে ২৯ গৰাকীকৈ কলা-কুশলীয়ে৷ তেওঁলোক হৈছে জ্যে ষ্ঠ অভিনেতা প্ৰানজিৎ দাস, সীমান্ত শেখৰ, বাঁহীবাদক দীপক শৰ্মা, পংকজ ইংতি, ৰেবা ফুকন, পল ফুকন, ড্ৰীমলি গগৈ, জয়শ্ৰী গোস্বামী, প্ৰাঞ্জনা দত্ত, বিৰিণা পাঠক, জয় চক্ৰৱৰ্তী, কবিন্দ দাস, অভিনেতা পল্লব পৱন, সুদিপ্ত ভৰদ্বাজ, আৰোহণ বৰদলৈ, বিজয় কাশ্যপ, প্ৰসন্ন বৰুৱা, ৰিত্বিকা হাজৰিকা, কিশোৰ দাস, শিদাম কলিতা, দ্ৰোপ কাশ্যপ, বিকাশ ভৰদ্বাজ, প্ৰতিমা দেৱী, বৈকুণ্ঠ পাঠক, ঋষভ শৰ্মা, অংকুৰনী শৰ্মা, নিৰৱ কুমাৰ শৰ্মা, প্ৰিয়ংকা কলিতা, দীনেশ বিষয়া আৰু বিকি শৰ্মা৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে