March 28, 2023, 4:42 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

লক্ষ্য বিধানসভা নিৰ্বাচনঃ ২০১৯ত দলৰ পৰা নিলম্বিত হোৱা শ্বাকিল আহমেদ পুনৰ উভতিছে কংগ্ৰেছলৈ

Reporter Name
  • Update Time : Wednesday, August 26, 2020
  • 143 Time View

ডিজিটেলে ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে। তাৰ লগতে বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ তৎপৰতা। দেশৰ কোৰোনা স্থিতিৰ মাজতে কংগ্ৰেছ, বিজেপিয়ে জোঁটবন্ধনেৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। উল্লেখ্য যে, বিহাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰক নিৰ্বাচনত এইবাৰ কংগ্ৰেছ-আৰজেডিৰ মহাজোঁটবন্ধনে উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ’ব বুলি ইতিমধ্যেই দাবী কৰি আহিছে কংগ্ৰেছে।

নিৰ্বাচনৰ এই ধামখুমিয়াৰ মাজতে খবৰ আহিছে যে কংগ্ৰেছৰ পৰা নিলম্বন হৈ থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্বাকিল আহমেদক পুনৰ দলৰ মাজলৈ আমন্ত্ৰণ জনোৱা হৈছে। অৰ্থাৎ বিহাৰৰ জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে থকা দলীয় নিলম্বন বাতিল কৰি বিহাৰত কংগ্ৰেছ দলৰ স্থিতি শক্তিশালী কৰি তোলাৰ চেষ্টা চলাইছে কংগ্ৰেছে।

উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত বিহাৰত ইউপিএ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল শ্বাকিল আহমেদে। লোকসভা নিৰ্বাচনত শ্বাকিল আহমেদে মুখ থেকেচা খাবলগা হোৱাৰ উপৰিও দলৰ সমৰ্থিত প্ৰাৰ্থীৰ বিৰুদ্ধেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ অপৰাধত কংগ্ৰেছে আহমেদক দলৰ পৰা নিলম্বন কৰিছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে