ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কৃষ্ণ ঘাটীত বুধবাৰে নিশা পুনৰ যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানী সেনাই। পাক সেনাই সীমান্তত ভাৰতলৈ লক্ষ্য কৰি লঘু মৰাণাস্ত্ৰৰে গুলী বৰ্ষণ কৰাত সীমান্তত আতংকৰ সৃষ্টি হয়।
ইফালে পাক সেনাৰ গুলীবৰ্ষণত শ্বহীদ হয় ভাৰতীয় সেনাৰ লেন্স নায়ক কৰ্ণেল সিং। পাক সেনাক উচিত প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাইয়ো।