March 18, 2023, 9:50 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মাৰ্ঘেৰিটাত বিষাক্ত কাঠফুলা ভক্ষণ কৰি এজনৰ মৃত্যু, ৬ জনৰ অৱস্থা সংকটজনক

Reporter Name
  • Update Time : Friday, March 4, 2022
  • 107 Time View

মাৰ্ঘেৰিটাৰ পৰা ফাইজুৰ ৰহমানঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা মহকুমাৰ কেতেটং গাঁও পঞ্চায়তৰ ২নং নাকংপথাৰ গাঁৱত বিষাক্ত কাঠফুলা ভক্ষণ কৰি এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে৬ গৰাকী লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। দেওবাৰে নিশাৰ আহাৰৰ সৈতে বিষাক্ত কাঠফুলা ভক্ষণ কৰি দুয়োটা পৰিয়ালৰ ৫ জনৰ লগতে ফুৰিবলৈ অহা দুজন লোকৰ অৱস্থাত সংকটজনক হৈ পৰে। ততালিকে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ নিয়া হয় যদিও অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা এজনৰ মুত্য হয়। ৰাখি মাঝি, সৰু হেৰমম, বিষ্ণু হেৰমম, চন্দ্ৰ মাঝি, ৰীণা মাঝি, অজয় মাঝি আৰু হাচকেতি হেৰমম অসুস্থ হৈ পৰে। কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বনৰীয়া কাঠফুলা ভক্ষণ কৰাই এতিয়া কাল হৈ পৰিল দুই পৰিয়ালৰ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে