উপ-নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা মাজুলী সমষ্টিত পুৱাৰে পৰা ভোটগণনা আৰম্ভ হৈছে৷ ১৮০০০ ভোটৰ ব্যৱধানত আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম। প্ৰথম ৰাউণ্ডত অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে ৬৫০০ ভোট লাভ কৰিছে। মুঠ ১৫টা ৰাউণ্ডত গণনা কৰা হ’ব ফলাফল।