March 30, 2023, 7:42 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মহৰমত ‘তাজিয়া’ সমদল উলিয়াবলৈ অনুমতি প্ৰদান কৰিবলৈ সন্মত নহ’ল উচ্চতম ন্যায়ালয়

Reporter Name
  • Update Time : Thursday, August 27, 2020
  • 110 Time View

ডিজিটেল ডেস্কঃ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ে অনুমতি প্ৰদান নকৰাৰ ফলত এইবেলি ৰাজহুৱাকৈ অনুষ্ঠিত কৰিব নোৱাৰিব মৰহম৷ বৃহস্পতিবাৰে এই সন্দৰ্ভৰ এক আবেদনৰ শুনানি গ্ৰহণৰ সময়ত আদালতে কয় যে মহৰম উপলক্ষে ‘তাজিয়া’ সমদল উলিয়াবলৈ অনুমতি প্ৰদান কৰিলে ইয়াৰ পিছতে ক’ৰোনা সংক্ৰমণ কৰা বুলি এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব৷ আদালতে কয় যে সমদল কৰিবলৈ অনুমতি প্ৰদান কৰিলে অৰাজকতাই বিৰাজ কৰিব৷

বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি ল’ব৷ এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য নায়াধীশ এছ এ ববদেই কয় যে ‘যদি দেশত সমদল উলিয়াবলৈ অনুমতি প্ৰদান কৰো তেন্তে দেশত অৰাজকতাই বিৰাজ কৰিব আৰু বিশেষ সম্প্ৰদায়ক কোভিড সংক্ৰমণ কৰাৰ অভিযোগ উঠিব৷ উল্লেখ্য যে, উত্তৰ প্ৰদেশ ছৈয়দ কল্বে জবাদ নাম লোকজনে দেশত মহৰমৰ সমদল উলিয়াবলৈ অনুমতি বিচাৰি আদালতত আবেদন দাখিল কৰিছিল৷ কিন্তু আদালতে এই আবেদন খাৰিজ কৰি দেশত অৰাজকতাই বিৰাজ কৰিব আৰু বিশেষ সম্প্ৰদায়ক কোভিড সংক্ৰমণ কৰাৰ অভিযোগ উঠিব বুলি কয়৷ আবেদনকাৰীয়ে জগন্নাথ মন্দিৰৰ ৰথযাত্ৰাৰ উদাহৰণ দি মহৰম পালনৰ অনুমতি বিচাৰি আবেদন কৰিছিল৷ উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ৰথাযাত্ৰা উলিয়াবলৈ অনুমতি দিছিল৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে