March 29, 2023, 3:56 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মন্ত্ৰী ৰঞ্জিত দত্তৰ সমষ্টিত পথ নিৰ্মাণত ব্যাপক অনিয়ম

Reporter Name
  • Update Time : Friday, June 26, 2020
  • 112 Time View

বিহালীঃ ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ বৰগাং চেন্টাৰৰ কলেজ ৰ’দৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মূখত গ‌ড়কাপ্তানী বিভাগে নিৰ্মান কৰা এটা নলাক লৈ ব্যৱসায়ী সকলৰ মাজত হাৰাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। জানিব পৰা মতে কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহলৈ যোৱা পথটিৰ কাষত প্ৰায় এমাহৰ আগৰে পৰা ৫ ফুটৰ পৰা ৩ ফুট ওখকৈ নলা নিৰ্মানৰ কাম চলি আছে। ইয়াৰ ফলত পথটিৰ কাষতে থকা ব্যৱসায় প্ৰতিষ্ঠান সমূহলৈ গ্ৰাহক অহা যোৱা কৰাত অসুবিধা হোৱাত লোকচানৰ সন্মুখীন হোৱাৰ বুলি ব্যৱসায়ী সকলে জানিবলৈ দিয়ে ৷

আনহাতে কোনো আঁচনি আৰু ঠিকাদাৰ সংস্থাৰ নাম উল্লেখ নকৰাকৈ নামফলক বিহীন ভাৱে অজ্ঞাত ঠিকাদাৰে নলা নিৰ্মাণৰ কাম কৰি ৰাইজৰ ধন শৰাধ কৰাও অভিযোগ তুলিছে স্থানীয় লোকে। ইয়াৰ লগতে আঁচনি কাম আৰম্ভ কৰোঁতে বিভাগীয় কৰ্তৃপক্ষই পৰিদৰ্শন কৰি থকা দেখি ব্যৱসায়ী সকলে মৌখিক অভিযোগ কৰাত বিষয়া লোকে আঁচনি মতে কাম হব’ই কোনো অভিযোগ গ্ৰহণ কৰা নহ’ব বুলি ওফাইদাং মাৰি কোৱাৰ অভিযোগ তুলিছে ব্যৱসায়ী সকলে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে