August 7, 2022, 7:14 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি মুকালমুৱাৰ কালাৰচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত ব্যাপক অনিয়ম ধেমাজিত ১২ লক্ষাধিক টকাৰ ড্ৰাগছ নিষ্কাশন দৰঙৰ এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা মঙলদৈত ষ্টুডেণ্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতি গঠন বিশ্বনাথৰ পানীভৰালত বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহ কাৰ্যসূচী বহিঃৰাজ্যত অসমৰ জীয়ৰীৰ ৰহস্যজনক মৃত্যু। ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ SC আৰু STক অপমান কৰিলে গ্ৰেপ্তাৰ হ’ব আপুনি মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক পুনৰ মন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ৰ ঘনিষ্ঠৰ ফ্লেটত ২৭ কোটি ৯০ লাখ টকা উদ্ধাৰ

মইনা নায়কৰ পিছত এইবাৰ মদন পাত্ৰ

Reporter Name
  • Update Time : Tuesday, July 26, 2022
  • 24 Time View

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাত কৰ্মৰত অৱস্থাত মইনা নায়ক নামৰ এগৰাকী মহিলা শ্ৰমিক কলঘৰৰ চিটিচি মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে চাহপাত শুকোৱা মেচিনত সোমাই পৰিছিল। এই ঘটনাৰ পিছতেই সংবাদ মাধ্যম, সামাজিক মাধ্যম সকলোতে উত্তাল হৈ পৰা দেখা গৈছিল৷ এই খবৰৰ পিছতেই এইবাৰ মৰিয়নীৰ মদন পাত্ৰ৷ চেলেং চাহ বাগিচাৰ কলঘৰৰ পাইপলাইন বিস্ফোৰিত হৈ আহত হৈছে মদন পাত্ৰ নামৰ এজন কিশোৰ শ্ৰমিক৷ এই ঘটনাৰ পিছতেই ঘৰত ৭ দিন ধৰি চটফটাই আছে মদন পাত্ৰ নামৰ শ্ৰমিকজন৷ ইয়াৰ উপৰি বিনোদ নামৰ এজন শ্ৰমিকো আঘাতপ্ৰাপ্ত হৈ আছে ৷ বিনোদ নামৰ লোকজন তালাপ চাহ বাগিছাৰ শ্ৰমিক আছিল৷

এই দুই দুৰ্ঘটনৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৰ কোনো প্ৰতিক্ৰিয়া বৰ্তমানলৈ ৰাইজে দেখিবলৈ পোৱা নাই৷ মইনা নায়কৰ দুৰ্ঘটনাৰ সময়ত শ্ৰমিক গৰাকীৰ চিকিসাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰা ৰূপজ্যোতি কুৰ্মী এতিয়া ব্যস্ত লাডাখ ভ্ৰমনত৷ বিধায়কজনে আৰহত শ্ৰমিক দুজনৰ খবপ ল’বলৈও আহৰি পোৱা নাই বুলি অভিোগ উঠিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে