বৰাকৰ কাছাৰ জিলাত ৬ জন লোকক গ্ৰেপ্তাৰ
কাছাৰ আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী সংস্থা নিয়াই
গ্ৰেপ্তাৰ কৰা লোকসকলে ৰোহিংগীয়া মুছলমান সৰবৰাহত জৰিত
ভাৰতীয় ভূখণ্ডলৈ ৰোহিংগীয়া মুছলমান অবৈধ সৰবৰাহ কৰিছিল
এটা বৃহৎ চিণ্ডিকেটৰ অংশ আছিল গ্ৰেপ্তাৰ কৰা লোকসকল
নেটৱৰ্কৰ মুৰব্বীসকল মেঘালয় আৰু দেশৰ অন্যান্য অংশত কৰ্মৰত
কাছাৰৰ এছপি ৰমনদীপ কৌৰৰ আজি এই বিষয়ত সংবাদমেল সম্বোধন