February 1, 2023, 2:22 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা

ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ বান সাহায্য প্ৰদান

Reporter Name
  • Update Time : Monday, July 11, 2022
  • 28 Time View

চাংসাৰিঃ ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ৷ যাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন্যাক্ৰান্তৰ মাজত৷ বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে চৰকাৰী বেচৰকাৰী সকলো প্ৰতিস্থানে৷ দেওবাৰে ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাই গুৱাহাটী প্ৰসূতি আৰু স্ত্ৰী ৰোগ সন্থা, ভাৰতীয় চিকিৎসক সকলৰ অসম ৰাজ্যিক শাখা আৰু দিছপুৰ আই এম এৰ সহযোগত নলবাৰীৰ নিজ টাপা গাওঁৰ বানত আক্ৰান্ত লোকসকলৰ মাজত বান সাহায্য বিতৰণ কৰে। বান সাহায্য হিচাপে বিভিন্ন বস্তু যেনে আঠুৱা, বিচনাৰ কাপোৰ, বস্ত্ৰ, ছাত্র- ছাত্ৰীৰ বাবে বহী- কলম, খোৱাপানীৰ বটল, ঔষধ, প্ৰসূতিৰ বাবে প্ৰটিন যুক্ত দৰব আদি বিতৰণ কৰে ।

এই সাহায্য বিতৰণ কাৰ্য্যসূচীত ডা: অৰুণিমা গোস্বামী, ডা: অপূর্ব কুমাৰ ভট্টাচার্য, ডা: নীলাক্ষি ফুকন কুমাৰ, ডা: জুতিকা ওজা, ডা: শিখা শৰ্মা, ডা: বিপুল কলিতা, ডা: হেমাঙ্গ বৈশ্য, ডা: ৰাজুমণি শৰ্মা আৰু ডা: আশা আগৰৱালে অংশ গ্রহন কৰে। ২৫০ জনতকৈও অধিক বানাক্ৰান্তক সাহায্য আগবঢ়োৱা এই কাৰ্য্যসূচীত নলবাৰীৰ চক্র বিষয়া, গাঁওখনৰ গাওঁবুঢ়া তথা আন ব্যক্তি সকলে চিকিৎসক সকলক সহযোগিতা আগবঢ়ায় বুলি জানিব পৰা গৈছে। ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে