ডিজিটেল ডেস্কঃ ভাৰতত ধৰা পৰিছে মংকিপক্সত আক্ৰান্ত প্ৰথম গৰাকী ৰোগী। কেৰেলাৰ নিবাসী লোকজনে চাৰিদিন পূৰ্বে UAE ৰ পৰা ভাৰতলৈ উভতি আহিছিল৷ ৰোগীজনৰ লক্ষণবোৰ দেখি তেওঁৰ নমুনা পুনেৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ আৰু পৰীক্ষাৰ অন্তত লোকজন এই ৰোগত আক্ৰান্ত বুলি ধৰা পৰিছে৷