ডিজিটেল ডেস্কঃ এথলেটিকছত নীৰজ চোপ্ৰাই পুনৰ গঢ়িলে ইতিহাস। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগনত ফাইনেলত ৮৮.১৩ মিটাৰ জেভলিন থ্ৰো’ৰে ৰূপৰ পদক জয়ৰে দেশলৈ গৌৰব কঢ়িয়াই আনিছে খেলুৱৈ গৰাকীয়ে। ভাৰতে বিশ্ব এথেলিকত ১৯ বছৰৰ পিছত পদক অৰ্জন কৰিছে। পুনৰ দেশক গৌৰাবাম্বিত কৰা খেলুৱেইগৰাকীৰ এই সাফল্যত উৎফুল্লিত অনুৰাগীসকল৷ সকলে ছচিয়েল মেডিয়াৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিলে অনুৰাগীসকলে৷