বিটিচি নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ বিৰুদ্ধে বিপিএফৰ বৃহৎ সমদল
Reporter Name
-
Update Time :
Friday, September 25, 2020
-
108 Time View
- কোকৰাঝাৰত বিপিএফৰ উদ্যোগত বৃহৎ সমদল।
- বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত এই সমদল।
- সমদলত অংশগ্ৰহণ হাগ্ৰামা মহিলাৰী, ৰাজীৱ ব্ৰহ্ম, দনেশ্বৰ গয়াৰী, দেৰহাছাৎ বসুমতাৰীৰ।
- বৰষুণকো নেওচি হাজাৰ প্ৰতিবাদকাৰীৰ অংশগ্ৰহণ।
- নিৰ্বাচনৰ দিন ঘোষণা নোহোৱালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ।
- হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী বিষয়া নহয়- এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ।
- ডু অৰ ডাই, জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক নীতিৰে আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ হাগ্ৰামাৰ।
- উল্লেখ্য যে, শুকুৰবাৰে আয়োজিত সংবাদমেলত ডিচেম্বৰ পৰ্যন্ত বিটিচি নিৰ্বাচন অনুষ্ঠিত নহয় বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।
🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক
◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে