বাতিল নহয় বিজেপিৰ চাৰিটা ভোট
নিৰ্বাচন আয়োগে দিছে এই ইংগিত
কংগ্ৰেছে বেলট ৰাজহুৱা কৰাৰ অভযোগ আনিছিল
মুখ্য নিৰ্বাচন আয়োগক দিছিল অভিযোগ
অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
কংগ্ৰেছৰ এগৰাকীৰ বিধায়কৰো ভোট বাতিলৰ দাবী
দুৰ্গা দাস বড়ো, হিতেন্দ্ৰ নাথ গোস্বামী, গণেশ লিম্বুৰ ভোট বাতিলৰ দাবী
সঞ্জয় কিষাণ, নিলম্বিত বিধায়ক শশীকান্ত দাসৰো ভোট বাতিলৰ দাবী
নিৰ্বাচনী আয়োগক অভিযোগ দাখিল কৰিলে কংগ্ৰেছৰ অধিবক্তাই
ভিডিঅ’ কনফাৰেন্স যোগে নিৰ্বাচনী আয়োগক অভিযোগ কংগ্ৰেছৰ