ঘোষণা হ’ল বহু প্ৰতীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।
বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থানত ১২ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে।
প্রথম স্থান (৪৮২) বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰি স্কুল ,
সাগৰ আগৰৱাল কাছাৰ জিলা
দ্বিতীয় স্থান : (৪৭৬) ক্ৰিচেন্ট একাডেমি
মানস জ্যোতি বৰঠাকুৰ, যোৰহাট জিলা
তৃতীয় স্থান : (৪৭৪) আৰ ডি ছিনিয়ৰ ছেকেণ্ডাৰি স্কুল
নিখিল গুপ্তা,
চতুৰ্থ স্থান : (৪৭৩)
নেন্সী খেটাৱাট, পি বি কলে, ধুবুৰী জিলা
প্ৰিয়াক্ষী ঘোষ, পি আৰ গভৰ্ণমেণ্ট এইচ এছ এণ্ড এম পি স্কুল, গোৱালপাৰা
পঞ্চম স্থান : (৪৭২) শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
প্ৰথম আগৰৱালা, শিৱসাগৰ জিলা
ষষ্ঠ স্থান : (৪৬৮)
মৃণাল ৰয়, পি আৰ গভৰ্ণমেণ্ট এইচ এছ এণ্ড এম পি স্কুল, গোৱালপাৰা
দীপক লোধা, কে চি দাস কমাৰ্চ কলেজ, কামৰূপ মেট্ৰ’
সপ্তম স্থান (৪৬৬) শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
বন্দনা বালদেৱা, শিৱসাগৰ জিলা
অষ্টম স্থান : (৪৬৫) নগাঁও GOVT বয়ছ এইছ এছ স্কুল,
সিমৰন সুৰানা, নগাঁও জিলা
নৱম স্থান : (৪৬১) গীতাঞ্জলি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
চন্দন বৰা, নগাঁও জিলা
দশম স্থান : (৪৬০) সোণাৰি কমাৰ্চ কলেজ,
প্ৰিয়াংশু দাস, চৰাইদেউ জিলা
বাণিজ্য শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১৫১৯৯ গৰাকী। ইয়াৰে ১৩,২৬৪ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়।