February 3, 2023, 8:37 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁৱৰ কুজিদাঁহত ক্ৰিকেট কৰ্মশালাৰ আয়োজন বৰ্ষাপাৰাত এ আৰ ৰহমানৰ সৈতে গীত গালে অসমৰ জীয়ৰী অন্তৰা নন্দীয়ে কি আছে নীলমণি ফুকনৰ গোপন পত্ৰত? আজিৰে পৰা গুৱাহাটীত আৰম্ভ G20 ৰ বৈঠক প্ৰেমত হাবুডুবো খোৱা উৰ্বশ্ৰীৰ প্ৰেম হৈ ৰ’ল আধৰুৱা… বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল

বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থানত ১২ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে

Reporter Name
  • Update Time : Monday, June 27, 2022
  • 43 Time View

ঘোষণা হ’ল বহু প্ৰতীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।
বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থানত ১২ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে।

প্রথম স্থান (৪৮২) বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰি স্কুল ,

সাগৰ আগৰৱাল কাছাৰ জিলা

দ্বিতীয় স্থান : (৪৭৬) ক্ৰিচেন্ট একাডেমি

মানস জ্যোতি বৰঠাকুৰ, যোৰহাট জিলা

তৃতীয় স্থান : (৪৭৪) আৰ ডি ছিনিয়ৰ ছেকেণ্ডাৰি স্কুল

নিখিল গুপ্তা,

চতুৰ্থ স্থান : (৪৭৩)

নেন্সী খেটাৱাট, পি বি কলে, ধুবুৰী জিলা

প্ৰিয়াক্ষী ঘোষ, পি আৰ গভৰ্ণমেণ্ট এইচ এছ এণ্ড এম পি স্কুল, গোৱালপাৰা

পঞ্চম স্থান : (৪৭২) শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

প্ৰথম আগৰৱালা, শিৱসাগৰ জিলা

ষষ্ঠ স্থান : (৪৬৮)

মৃণাল ৰয়, পি আৰ গভৰ্ণমেণ্ট এইচ এছ এণ্ড এম পি স্কুল, গোৱালপাৰা

দীপক লোধা, কে চি দাস কমাৰ্চ কলেজ, কামৰূপ মেট্ৰ’

সপ্তম স্থান (৪৬৬) শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

বন্দনা বালদেৱা, শিৱসাগৰ জিলা

অষ্টম স্থান : (৪৬৫) নগাঁও GOVT বয়ছ এইছ এছ স্কুল,

সিমৰন সুৰানা, নগাঁও জিলা

নৱম স্থান : (৪৬১) গীতাঞ্জলি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

চন্দন বৰা, নগাঁও জিলা

দশম স্থান : (৪৬০) সোণাৰি কমাৰ্চ কলেজ,

প্ৰিয়াংশু দাস, চৰাইদেউ জিলা

বাণিজ্য শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১৫১৯৯ গৰাকী। ইয়াৰে ১৩,২৬৪ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে