টীয়কঃ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত বাণিজ্য শাখাত অসমৰ ভিতৰত পঞ্চম স্থান লাভ কৰিছে অংকুৰ জ্যোতি ভূঞাই।যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা লাভ কৰিছে এই সাফল্য৷
অংকুৰৰ ঘৰৰ টীয়কৰ দ- গুৱাল গাঁৱত লগতে অংকুৰজ্যোতিৰ দেউতাক পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী৷ তেওঁৰ দেউতাকৰ নাম হৈছে ৰাজেন ভূঞা আৰু মাতৃৰ নাম বন্তি ভূঞা৷