March 30, 2023, 4:09 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বাঘজানত আজমল ফাউণ্ডেচন-আছুৰ সামগ্ৰী বিতৰণ, দুই শ্বহীদৰ পৰিয়ালক দিলে ৫০ হাজাৰকৈ

Reporter Name
  • Update Time : Tuesday, June 16, 2020
  • 131 Time View

তিনিচুকীয়াঃ স্বেচ্ছাসেৱী অনুষ্ঠান আজমলে ফাউণ্ডেচনে সাহায্য আগবঢ়াইছে তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈল খাদত বিস্ফোৰণত আক্ৰান্ত হৈ শৰণাৰ্থী হৈ থকা পৰিয়ালক৷ ভয়াৱহ অগ্নিকাণ্ড‌ই বিধস্ত বাঘজানত মঙলবাৰে উপস্থিত হয় আজমল ফাউণ্ডেচনৰ এটা আশ্ৰয় শিবিৰত উপস্থিত হৈ গৃহহাৰা লোকসকলক বিভিন্ন খাদ্য-সামগ্ৰী, কাপোৰ বিতৰণ কৰে৷

অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰায় দহলাখ টকাৰ সামগ্ৰী বিতৰণ কৰাৰ লগতে অগ্নিকাণ্ডত মৃত্যু মুখত পৰা অইলৰ কৰ্মচাৰী টিখেশ্বৰ গোঁহাই আৰু দুৰ্লভ গগৈৰ পৰিয়ালক ৫০হাজাৰ কৈ টকা এককালীন সাহায্য প্ৰদান কৰে আজমল ফাউণ্ডেচনে।

ইফালে বাঘজানৰ আশ্ৰয় শিবিৰত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সহ এটা সজাতি দলেও বিতৰণ কৰে খাদ্য-সামগ্ৰী। বাঘজানৰ আশ্ৰয় শিবিৰত সামগ্ৰী বিতৰণ কৰি আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি খাদটোৰ দায়িত্বত থকা জন এনাৰ্জি নামৰ প্ৰতিষ্ঠানটোক ব্লেক লিষ্টটেড কৰাৰো দাবী জনাই।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে