ডিজিটেল ডেস্কঃ বহিঃৰাজ্যত অসমৰ জীয়ৰীৰ ৰহস্যজনক মৃত্যু। শ্রদ্ধা বৰুৱা নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে দুলীয়াজানত। যুৱতীগৰাকী দিল্লীৰ ৰোহিনী চেক্টৰ ১৭ত আছিল। বৰহোলা জুটুলীবাৰী গাঁৱৰ উত্তম বৰুৱাৰ কন্যা শ্রদ্ধাক পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ পৰিয়াল বৰ্গৰ। পৰিয়ালৰ আৰ্থিক দীনতাৰ বাবে ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই শ্ৰেতাৰ মৃতদেহ।