ডিজিটেল ডেস্কঃ বলিউদৰ অভিনেতা অৰ্জুন কাপোৰ কোভিড পজিটিভ ধৰা পৰিছে৷
অভিনেতাগৰাকীয়ে খোদ এই কথা প্ৰকাশ কৰিছে
নিজ ঘৰতে কোৱাৰাণ্টাইন হোৱা বুলি উল্লেখ কৰিছে৷