বন বিভাগত চাকৰি : ২,৬৪৯ পদৰ বাবে বিজ্ঞাপন
Reporter Name
-
Update Time :
Sunday, January 22, 2023
-
19 Time View
- ৰাজ্যৰ নিবনুৱালৈ আহিছে ভাল খবৰ৷ বনবিভাগত ওলাইছে চাকৰি৷
- বন বিভাগৰ খালী হৈ থকা ২,৬৪৯ পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন৷
ইয়াৰে ২৬৪টা ফৰেষ্টাৰ, ১,২২৬টা ফৰেষ্ট গাৰ্ড, ৯৮১টা কনিষ্টবল, ১৭৮টা ড্ৰাইভাৰ পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন৷
- আবেদনৰ অন্তিম তাৰিখ ৬ ফেব্ৰুৱাৰী৷ অনলাইনযোগে কৰিব পাৰিব আবেদন৷
- শাৰীৰিক সক্ষতা আৰু লিখিত পৰীক্ষাৰ ভিত্তিত হ’ব নিযুক্তি৷
- ইচ্ছ্যুকসকলে www.slprbassam.in ৱেবছাইতৰ জৰিয়তে কৰিব পাৰিব আবেদন৷
🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক
◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে